ক'ৰ'ণা | An Assamese poem by Abinash Das ক'ৰ'ণা মহামাৰী কৰ'ণা নাই তোমাৰ ঠিকনা য'তে ত'তে ঘূৰি ফুৰি মানুহক কৰা আক্ৰমণ তুমি যদিও হয় শক্তিশালী নকৰোঁ মই তোমালৈ ভয়মুখত মাস্ক্, হাতত চেনিটাইজাৰ লৈ আছোঁ সাজু সমানে যুঁজিবলৈ। অবিনাশ দাসঅষ্টম শ্রেণী, ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়