কামৰূপ জিলাৰ শিক্ষানুষ্ঠানৰ তথ্য
।। তীৰ্থমণি ডেকা।।
সম্পাদক
ই আলোচনী "জ্ঞানম"
২০১৯-২০ শিক্ষাবৰ্ষৰ Udise অনুসৰি কামৰূপ জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ তথ্যখিনি হ'ল-
চৰকাৰী/ প্ৰাদেশীকৃত :-
| ১)নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা=১৭৫৮ খন |
| মুঠ শিক্ষক-শিক্ষয়িত্ৰী=৪১১৬ জন । |
| ২) এম.ভি. বিদ্যালয়ৰ সংখ্যা= ৯৬খন |
| মুঠ শিক্ষক-শিক্ষয়িত্ৰী= ৭৭৫ জন । |
| ৩) উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা=১২৫ খন |
| মুঠ শিক্ষক-শিক্ষয়িত্ৰী= ৬৬১ জন। |
| ৪) উচ্চ মাধ্যমিক/ উচ্চতৰ মাধ্যমিক বিদ্যালয়= ২৯৩ খন |
| মুঠ শিক্ষক-শিক্ষয়িত্ৰী= ৪৫৯৪ জন। |
| |
| ৫) চৰকাৰী/ প্ৰাদেশীকৃত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ সংখ্যা:- |
| ক) প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ= ১০৪৩৫৪ জন। |
| খ) ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ=৫৬৩৭৯ জন। |
| গ) নৱম আৰু দশম শ্ৰেণী=৩৪৬০১জন। |
| ঘ) একাদশ আৰু দ্বাদশ শ্ৰেণী=১৩২১৩ জন। |
| |
বেচৰকাৰী :-
| ১) মুঠ বিদ্যালয়ৰ সংখ্যা= ২৭০ খন |
| ২) মুঠ শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা=৪০১৮ জন |
| ৩) মুঠ ছাত্র-ছাত্ৰীৰ সংখ্যা= ৬৪০৮৩ জন। |
উৎস:- সমগ্র শিক্ষা, কামৰূপ।