জীৱন | An Assamese poem by Inamul Haque জীৱন জীৱনটো আৰম্ভ হয় কান্দোনৰ মাজেৰে, জীৱনটো শেষ হয় কান্দোনৰ মাজেৰে। মাজত থাকে মাথোঁ কিছু সুখ কিছু দুখ কিছু হাঁহি আৰু কিছু কষ্ট....।। ---------/////-------- মহ: ইনামুল হক দশম শ্ৰেণী পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়। কমলপুৰ শিক্ষাখণ্ডঅলংকৰণ :- সুৰভি দাস