মহৎ লোকৰ বাণী
১/সত্যত থকাতকৈ সত্যৰ অন্বেষণ অধিক মূল্যৱান।
-আইনষ্টাইন
২/ ভুলৰ বাবে আনক ক্ষমা কৰি দিবা। কিন্তু নিজকে কোনো দিন ক্ষমা নকৰিবা।
-চাইৰাছ
৩/অন্ধবিশ্বাস হ'ল দুৰ্বল মানুহৰ ধৰ্ম।
-বাৰ্ক
৪/ নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট।
-আইৰিছ প্ৰবচন
৫/ মহৎ কাম শক্তিৰে নহয় । অধ্যৱসায়ৰে সম্পন্ন হয়।
-ছেমুৱেল জনছন
৬/ খং যেতিয়া উঠে, তেতিয়া সদায় ফলাফললৈ মনত ৰাখিবা।
-কনফুচিয়াছ
৭/ দায়বদ্ধতা হ'ল মহানতাৰ মূল্য।
-চাৰ্চিল
৮/গ্ৰন্থ নথকা কোঠা আৰু প্ৰাণ নথকা শৰীৰ একেই।
-চিচাৰু
নামঃ- শ্ৰীবিকাশ জ্যোতি হাজৰিকা
শ্ৰেণীঃ- অষ্টম মান
তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষাখণ্ড- ৰাণী