অমৃত বাণী
১) খুব বেছি চমৎকাৰ মুখ দেখি বিশ্বাস নকৰিবা
---ভাৰ্জিল----
২) পুতৌৰ পাত্ৰ হোৱাতকৈ ঈৰ্ষাৰ পাত্ৰ হোৱা ভাল ৷
----হেৰদটাছ-----
৩) গভীৰভাৱে মনত সাঁচ বহুৱাব পৰাটো ভাল সাহিত্যিকৰ লক্ষণ৷
----হেম বৰুৱা-----
৪) পলমকৈ হলেও ভগৱানে এদিন বিচাৰ কৰিব৷
----- জৰ্জ হাৱাৰ্ট-----
৫)দৰিদ্ৰতাৰ সম্মুখত সকলো আদৰ্শই অৰ্থহীন৷
-----ত্ৰফ নিৎচ----=
মিন্টু দাস
ষষ্ঠ শ্ৰেণী
পূৱপাৰ গান্ধীজী উচ্চ মাধ্যমিক বিদ্যাপীঠ৷
কমলপুৰ শিক্ষা খণ্ড৷