বিশ্ব ৰেডিঅ’ দিৱস
১১০ বছৰীয়া ৰেডিঅ’ৰ ইতিহাসে প্ৰমাণ কৰিছে ছ’চিয়েল মিডিয়াৰ দ্ৰুত সঞ্চাৰৰ সময়তো ৰেডিঅ’ যোগাযোগৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে । ২০১১ চনৰ পৰা প্ৰতিবছৰে ১৩ ফেব্ৰুৱাৰীত পালন কৰি অহা হৈছে বিশ্ব ৰেডিঅ’ দিৱস ।
২০২১ বৰ্ষৰ বিশ্ব ৰেডিঅ’ দিৱস ‘বিৱৰ্তন, উদ্ভাৱন আৰু সংযোগ’ এই তিনি বিষয়ক থিম হিচাপে লৈ উদযাপন কৰা হৈছে। মানৱতাৰ ইতিহাসৰ অংশ হিচাপে উদযাপন কৰা হয় বিশ্ব ৰেডিঅ’ দিৱস।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘মন কী বাত’অনুষ্ঠানটিৰ জনপ্ৰিয়তাই যোগাযোগৰ মাধ্যম হিচাপে ৰেডিঅ’ৰ গুৰুত্ব প্ৰমাণ কৰিছে ।
***********************
পৰিস্মিতা নাথ
ষষ্ঠ শ্ৰেণী
ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড
অলংকৰণ :- সুকন্যা ভৰদ্বাজ