আৱিষ্কাৰ বিষয়ত কুইজ
১. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ?
- আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷
২. অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ?
- প্ৰীষ্টলী ৷
৩. এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ?
- অলভিল আৰু উইলবাৰ ৰাইট ৷
৪. ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ?
- ৰুডলফ ডিজেল ৷
৫. অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ?
- জেকেৰিয়াছ জেনছেন ৷
হিৰামণি নাথ
চতুৰ্থ শ্ৰেণী
ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়।
শিক্ষাখণ্ড - কমলপুৰ